Posted inNews

সমাধানৰ পথত অসম-অৰুণাচলৰ সীমান্ত সমস্যা

নিউজ ডেস্কঃ মঙলবাৰে ইটানগৰত অসম চৰকাৰৰ জনস্বাস্থ্য-কাৰিকৰী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ অৰুণাচলৰ সীমামূৰীয়া অঞ্চলৰ মন্ত্ৰী-বিধায়ক,  উচ্চ পদস্থ বিষয়াৰ লগতে পাহাৰীয়া অঞ্চলৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনাত মিলিত হয়। আলোচনাত মিলিত হৈ বুধবাৰে মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, অসমৰ ধেমাজী জিলা আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ সীমান্তৱৰ্তী ইষ্ট […]