বাইহাটা চাৰিআলিঃ পুনৰ প্ৰাণ পায় উঠিব বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগীতাই। পূৰ্বে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামতে সীমাবদ্ধ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগীতাৰ খেল এতিয়াৰ পৰা গ্ৰাম্যাঞ্চলৰ খেলপথাৰত উপভোগ কৰিব পাৰিব ক্ৰীড়া প্ৰেমী দৰ্শকে। বাইহাটা চাৰিআলিৰ ক্ৰীড়া প্ৰেমী দৰ্শকৰ বাবে সুখবৰ যে ৬৮ সংখ্যক বৰদলৈ ট্ৰফীৰ ৬ খনকৈ খেল অনুষ্ঠিত হ’ব কৰৰা মিনি ষ্টেডিয়ামত। চাৰিটা দলৰ মাজত অনুষ্ঠিত হ’ব […]