নিউজ ডেস্ক: ৬ জুনত ভাৰতৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙ আৰু জাৰ্মানীৰ ফেডাৰেল প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্ট’ৰিয়াছ নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী মন্ত্ৰীয়ে চলি থকা দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা কাৰ্য্যকলাপৰ পৰ্যালোচনা কৰাৰ লগতে ঔদ্যোগিক অংশীদাৰিত্বৰ সন্ধান কৰে। উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ দুটা প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰত জাৰ্মানীয়ে বিনিয়োগৰ সম্ভাৱনাকে ধৰি প্ৰতিৰক্ষা উৎপাদন খণ্ডত মুকলি হোৱা সুযোগসমূহৰ ওপৰত […]