Posted inক্ৰীড়া

কাজাখস্তানত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্ট ‘ইলোৰ্ডা কাপ’ত বক্সাৰ যমুনা বড়োৱে ৰূপৰ পদক লাভ কৰে

নিউজ ডেস্কঃ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী অসমৰ বক্সাৰ যমুনা বড়োৱে দেওবাৰে কাজাখস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত ইলোৰ্ডা কাপৰ ফাইনেলত কাজাখস্তানৰ আনেল চাকিশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।যমুনা বড়োয়ে ৫৪ কিলোগ্ৰাম শাখাত ছেমিফাইনেলত ৫-০ ব্যৱধানত জয়লাভ কৰে। যমুনা অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বাসিন্দা । যমুনা বড়োৰ উপৰিও আন তিনিজন ভাৰতীয় বক্সাৰ কালাইভানি শ্ৰীনিবাসন (৪৮ কিলোগ্ৰাম), গীতিকা (৪৮ […]