Posted inঅসম

বক্সাৰ লাভলীনা বৰগোহাঁইলৈ বিলাসী গাড়ী উপহাৰ

গুৱাহাটীঃ বক্সাৰ লাভলীনা বৰগোহাঁইলৈ বিলাসী গাড়ী উপহাৰ বঢ়ালে এটা প্ৰতিষ্ঠানে। অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনালৈ ৰেনল্টে উপহাৰ হিচাপে আগবঢ়াইছে ‘কাইগাৰ’ নামৰ বিলাসী বাহনখন। গুৱাহাটী মহানগৰীৰ ছয়মাইলস্থিত ৰেনল্টৰ ইণ্টেগ্ৰা শ্ব’ৰূমত অনুষ্ঠিত এক অনুষ্ঠানত এই উপহাৰ লাভলীনালৈ আগবঢ়োৱা হৈছে। লগতে পঢ়কঃ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰত গুৱাহাটীৰ ৰাজপথত চলিব কেবল ইলেক্ট্রিক আৰু […]