Posted inঅসম

বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ কাষ চাপিল লাভলীনা

নিউজ ডেস্কঃ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ কাষ চাপিছে। শুনিবলৈ হয়তো আচৰিত লাগিছে। জানিব পৰা মতে, ২০১৮চনতে বিবাহপাশত আবদ্ধ হৈছিল খেলুৱৈ গৰাকী। যোৰহাটৰ নৱনীত গোস্বামী নামৰ এজন যুৱকৰ লগত বিবাহপাশত আবদ্ধ হৈছিল লাভলীনা। নৱনীত গোস্বামীৰ সৈতে বুজাবুজিৰে বিবাহ বিচ্ছেদৰ আবেদন বিচাৰি লাভলীনা আদালতত উপস্থিত হৈছে। পাৰিবাৰিক আদালতত গোচৰ পঞ্জীয়ন কৰিছে […]