এছিয়ান গেমছৰ চেম্পিয়ন বক্সাৰ ডিংকো সিঙৰ দেহাৱসান। ৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ডিংকো সিঙে। ছয় বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল ডিংকো। বিগত বর্ষত আক্ৰান্ত হৈছিল কোভিডত। ১৯৯৮ চনৰ বেংকক এছিয়ান গেমছৰ স্বৰ্ণজয়ী বক্সাৰ আছিল ডিংকো। অৰ্জুন আৰু পদ্মশ্ৰী বঁটা বিজয়ী অলিম্পিয়ান আছিল মণিপুৰৰ বক্সাৰগৰাকী। ভাৰতীয় নৌ বাহিনীত চাকৰি কৰিছিল ডিংকোৱে। ১৯৯৮ […]