Posted inক্ৰীড়া

চাকৰিৰ বাবে খেল খেলিবলৈ অহা নাছিলো: লাভলীনা বৰগোঁহাই

নিউজ ডেস্ক: দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে অসম কন্যা লাভলীনা বৰগোহায়ে আজি সংবাদমাধ্যমৰ সৈতে নিজৰ মনৰ ভাব সমূহ প্ৰকাশ কৰে । অলিম্পিকত লাভ কৰা সফলতাক লৈ অসমবাসীয়ে দিয়া মৰম কৃতজ্ঞতাৰে স্মৰণ কৰে বক্সাৰ লাভলীনাই । লাভলীনাই কয়,”ভাৰতৰ শিক্ষা ব্যৱস্থাত ক্ৰীড়া বিষয়টো থাকিব লাগে।তেতিয়া সৰুৰে পৰা সকলোৱে ক্ৰীড়া জগতত আগবাঢ়ি যাব পাৰিব।এনে কৰিলে ভাৰতত থকা প্ৰতিভাসমূহ ওলাই […]