নিউজ ডেস্ক : বেলগ্ৰেডত চলি থকা আইবা বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত মঙলবাৰে আকাশ কুমাৰে জয়লাভ কৰি ভাৰতৰ বাবে প্ৰথমটো পদক অৰ্জন কৰে। ৫৪ কেজি শাখাত আকাশে অলিম্পিকৰ প্ৰাক্তন ৰূপৰ পদক বিজয়ী Yoel Finol Rivas ক ৫-০ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা ২১ বছৰীয়া আকাশ ভাৰতৰ একমাত্ৰ বক্সাৰ। আকাশৰ বাহিৰে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ […]