Posted inঅসম

ক’ভিড নেগেটিভ ফলাফলৰ পিছতে মৃত্যু ঘটিল বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ

গুৱাহাটী : ৰাজ্যত ক’ভিডৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে ৰাজ্যবাসীৰ বাবে পুনৰ এক বেয়া খবৰ। বুধবাৰে পুৱা ৫.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে বিপিএফৰ এগৰাকী বিধায়ক। দীৰ্ঘদিন ধৰি ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল বিধায়ক গৰাকী। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল বিপিএফৰ বিধায়ক গৰাকী। ক’ভিডত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ […]