নিউজ ডেস্কঃ হাগ্ৰামা মহিলাৰীয়ে সোমবাৰে ওদালগুৰিত বিপিএফ দলৰ কৰ্মীসকলৰ সৈতে এখন সভাত মিলিত হয়। মহিলাৰীয়ে সভাত ঘোষণা কৰে যে, আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফে কোনো দলৰ সৈতে মিতেৰতা নকৰে। অৰ্থাৎ, অকলেই কোকৰাঝাৰ আৰু মঙলদৈ আসনত প্রতিদ্বন্দ্বিতা কৰিব বুলি বিপিএফ প্ৰধান গৰাকীয়ে কয়। অহা এপ্ৰিল মাহৰ পৰাই লোকসভা নিৰ্বাচনত সমষ্টি দুঠা দখলৰ বাবে অভিযানত নামিব বুলি হাগ্ৰামাই […]
Tag: BPF
Posted inঅসম