নিউজ ডেস্ক: ৰাজ্যত কেইবাদিনো ধৰি হৈ থকা নেৰেনেপেৰা বৰষুণৰ পাচতেই ডিব্ৰুগড় চহৰৰ মাইজানত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰে ধাৰণ কৰিছে ভয়াবহ ৰূপ । নতুনকৈ নিৰ্মাণ হোৱা মাইজানত জি অ বেগৰ সুৰক্ষা বান্ধৰ ওপৰেদি বাগৰিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে খহাই নিছে সুৰক্ষা বান্ধৰ মাটি । নাবাৰ্ডৰ অর্থসাহাৰ্য্যত ৪৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ আছে ১৪০০ […]