Posted inদেশ-বিদেশ

প্ৰাক্তন মিছ ব্ৰাজিল গ্লেচি ক’ৰেইয়াৰ মৃত্যু 

নিউজ ডেস্কঃ প্ৰাক্তন মিছ ব্ৰাজিল গ্লেচি ক’ৰেইয়াৰ মৃত্যু। টনচিলৰ এক অস্ত্ৰোপচাৰত মগজুৰ ৰক্তক্ষৰণ আৰু হৃদক্ৰিয়া বন্ধ হৈ ব্ৰাজিলৰ এখন ব্যক্তিগত হস্পিতালত মৃত্যু হয় ২৭বছৰীয়া গ্লেচি ক’ৰেইয়াৰ। ২০১৮ চনত মিছ ইউনাইটেড কন্টিনেণ্টছ ব্ৰাজিলৰ মুকুট পিন্ধা গ্লেচি ক’ৰেইয়াৰ ৪এপ্ৰিলত টনচিলৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। অস্ত্ৰোপচাৰৰ পিছতে মগজুৰ ৰক্তক্ষৰণ আৰম্ভ হৈ হৃদযন্ত্ৰ বন্ধ হৈ পৰে। ২ মাহ ধৰি ক’মাত […]