Posted inদেশ-বিদেশ

হোটেলৰ পঞ্চম মহলাৰ পৰা পৰি মৃত্যু হ’ল ব্ৰাজিলৰ বিখ্যাত গায়ক এম চি কেভিনৰ

নিউজ ডেস্কঃ ব্ৰাজিলৰ বিখ্যাত গায়ক এম চি কেভিনৰ মৃত্যু। ৰিঅ’ ডি জেনেৰিঅ’ৰ এখন হোটেলৰ পঞ্চম মহলাৰ পৰা পৰি মৃত্যু হ’ল ২৩বছৰীয়া গায়ক গৰাকীৰ। ঘটনা অনুসৰি উক্ত হোটেলখনৰ একাদশ মহলাৰ এটা ৰূমত গায়কগৰাকীৰ আছিল। সেই হোটলখনৰে পঞ্চম মহলাত তেওঁৰ কেইজনমান বন্ধু আছিল। বন্ধু কেইজনক লগ কৰিবলৈ এম চি কেভিন পঞ্চম মহলালৈ গৈছিল। পঞ্চম মহলাৰ বেলকনীত থিয় […]