গুৱাহাটী: উৎকোচ গ্ৰহণ কৰি ৰাজ্যত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল চৰকাৰী কৰ্মচাৰী। শুকুৰবাৰে কোকৰাঝাৰৰ গোসাঁইগাঁৱত উৎকোচ গ্ৰহণৰ সময়তে দুজন কৰ্মচাৰীক হাতে-লোটে ধৰা আটক কৰা হয়। ধৃত কৰ্মচাৰী দুজনক ফৰেষ্টাৰ কামিনী নাৰ্জাৰী আৰু ফৰেষ্ট গাৰ্ড প্ৰবীণ ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে। বন বিভাগৰ কৰ্মচাৰী দুজনে এজন লোকৰ পৰা এক বন বিভাগৰ এটা গোচৰ মীমাংসা কৰি […]