Posted inNews

স্বাধীনতাৰ ৭৫ বছৰৰ পিছত নতুন প্ৰভাত হব ঘূনাসুঁতিত

সোৱনশিৰিৰ বুকুৱেদি ঘূনাসুঁতিলৈ নিৰ্মাণ হব  পকী দলং বাস্তব হোৱাৰ দিশে ঘূণাসুঁতিবাসীৰ বহুদিনীয়া সপোন। স্বাধীনতাৰ ৭৫ বছৰৰ পিছত নতুন প্ৰভাত হব ঘূনাসুঁতিত। ইতিহাস হব সোৱণশিৰিৰ বুকুৱেদি  জংকী পানৈ দেশ হিচাপে খ্যাত ঘূণাসুঁতিলৈ নৌকা যাত্ৰা। ঘূনাসুঁতিক কেন্দ্ৰ কৰি নাথাকিব তাহানিৰ সেই মাদকতা, নাথাকিব যাত্ৰাপথৰ ভয়-শংকা। সোৱনশিৰিৰ বুকুৱেদি ঘূনাসুঁতিলৈ নিৰ্মাণ হব  পকী দলং। ঐতিহাসিক ঘূনাসুঁতিক  সংযোগ কৰি সোৱণশিৰিৰ […]