Posted inদেশ-বিদেশ

ব্ৰিটিছ জাৰ্নেল লানচেটৰ ভয়াবহ প্ৰতিবেদন,এলকহল সেৱন কৰিলে হয় কৰ্কট ৰোগ

দীপক কুমাৰ দাস : ২০২০ বৰ্ষত কেঞ্চাৰত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত হোৱা গবেষণাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।গৱেযকসকলে মানৱ জাতিৰ উপভোগ্য সামগ্ৰীৰ উপকাৰ আৰু অপকাৰ সম্পৰ্কীয় অধ্যয়ন চলাই থাকে। অধ্যয়নত নিত্য নতুন তথ্য লাভ কৰিবলৈ সক্ষম হয়।ই কেতিয়াবা ইতিবাচক,কেতিয়াবা নেতিবাচক হয়। এলকহলৰ ওপৰত শেহতীয়া অধ্যয়নৰ তথ্য উদ্বেগজনকেই নহয় ভয়াবহো। ব্ৰিটিছ জাৰ্নেল লানচেটত এলকহলক লৈ ভয়াবহ তথ্য প্ৰকাশ […]