প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অসম -অৰুণাচল সীমান্ত লখিমপুৰ জিলাৰ বিলগড় ITBPৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ অৰুণাচল প্ৰদেশৰ কিমিন – পুতিন সংযোগীকে ধৰি দেশৰ ১২ টা সীমান্ত পথ আৰু জন্মু কাশ্মীৰ লাডাখৰ দুটিকৈ সীমান্ত পথ ভাৰ্ছুৱেলী উদ্ঘাটন কৰি দেশবাসীক সমৰ্পন কৰে । লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ বিলগড়ত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই […]