Posted inঅসম

সীমান্ত সুৰক্ষা বাহিনীৰ ওপৰত বাংলাদেশী কৃষকৰ আক্ৰমণ! আহত ২ জোৱান

বাংলাদেশী কৃষকৰ হাতত প্ৰহৃত হৈছে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান। দেওবাৰে পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত বাংলাদেশী কৃষকে বি এছ এফৰ দুগৰাকী জোৱানক আক্ৰমণ কৰি জোৱান দুগৰাকীৰ হাতত থকা অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে, এই ঘটনা ৰাণীতলা থানা এলেকাৰ নিৰ্মলচৰ সীমান্ত আউটপোষ্টৰ সমীপত ৩৫ নং বেটেলিয়নৰ দুগৰাকী জোৱানে টহল দি থকা অৱস্থাত […]