Posted inদেশ-বিদেশ

 মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শনঃ নদীত ডুবিব ধৰা ২বাংলাদেশী মাছমৰীয়াক উদ্ধাৰ কৰি নিজ দেশলৈ ঘূৰাই পঠালে বিএছএফে

নিউজ ডেস্কঃ বাংলাদেশৰ দুই মৎস্যজীবীক উদ্ধাৰ কৰি নিজ দেশলৈ ঘূৰাই পঠালে বিএছএফে। হৰভংগা নদীত মাছ মাৰি থকা অৱস্থাত মাছমৰীয়া দুজনক ডুবিবলৈ ধৰা প্ৰত্যক্ষ কৰে বিএছএফে। বিএছএফে জনোৱা অনুসৰি হৰভংগা নদীত সুন্দৰবন অঞ্চলত এখন নাঁৱত মাছ মাৰি আছিল মাছমৰীয়া কেইজনে। হঠাৎ প্ৰতিকূল বতৰৰ বাবে নাওখন ডুবিবলৈ ধৰে। সেই সময়তে, কৰ্তব্যৰত সেনাই ভাৰতীয় মাছমৰীয়াসকলৰ সহায়ত দুয়োজন মাছমৰীয়াক […]