গুৱাহাটী : এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীৰ নাম আৰু ফটো ৰাজহুৱা কৰিলে চিবিআয়ে। তিনি হত্যাকাৰীৰ ফটো ৰাজহুৱা কৰি তেওঁলোকৰ সন্ধান দিওঁতালৈ ২ লাখ টকাকৈ পুৰস্কাৰো ঘোষণা। ২০১৭ চনৰ ১ আগষ্টত গুলীয়াই হত্যা কৰা হৈছিল এমবিএমছুৰ সভাপতি লাফিকুল ইছলামক। উক্ত গোচৰৰ তদন্তত ৰূপা ব্ৰহ্ম ওৰফে কেজেং ব্ৰহ্ম ওৰফে ৰমেশ ব্ৰহ্ম, দিংকুৰ মুছাহাৰী ওৰফে দাও আৰু ভদেশ্বৰ […]
Tag: BTAD
Posted inঅসম