Posted inৰাজনীতি

বিধায়ক নিৰ্বাচিত নৌহওতেই ক্ৰয়-বিক্ৰয় হোৱাৰ শংকাত মহাজোঁট, অসম এৰিছে প্ৰাৰ্থী

নিউজ ডেস্ক: নিৰ্বাচন শেষ হ’ল । অহা ২ মেত ফলাফল ঘোষণা হ’ব । তাৰ আগতেই তৎপৰ হৈ পৰিছে মহাজোঁট । এইবাৰৰ নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিব বুলি নিশ্চিত হৈ আছে মহাজোঁট । শাসকীয় বিজেপিক পৰাস্ত কৰি চৰকাৰত বহাৰ সপোন দেখা মহাজোঁটৰ অংশীদাৰ দল সমূহে নিজৰ প্ৰাৰ্থীসকলক লৈ বিশ্বাস কৰিব পৰা নাই । সেইবাবেই বৰ্তমান […]