Posted inঅসম

বড়োলেণ্ড টুৰিজিম ডেভেলপমেন্ট চ’ছাইটিৰ নতুন সমিতি গঠন

বাক্সাঃ বড়োলেণ্ড টুৰিজিম ডেভেলপমেন্ট চ’ছাইটি চমুকৈ বি টি ডি এচৰ নতুন সমিতি গঠন। বড়োলেণ্ড টুৰিজিম ডেভেলপমেণ্ট চ’ছাইটিৰ নতুন সমিতি গঠন কৰাৰ উদ্দেশ্যেৰে মানহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অৱস্থিত ফ্ল’ৰিকান কটেজত এখন সভা অনুস্থিত হৈ যায়। বিটিচি অঞ্চলৰ পৰ্যটন ক্ষেত্ৰখনৰ সৰ্বাংগীন উন্নতিৰ কৰাই হল সভাৰ মূল উদ্দেশ্য। উক্ত সভাত উপস্থিত থাকে বিটিচিৰ পৰ্যটন বিভাগৰ মুৰব্বী তথা ডাইৰেক্টৰ […]