নিউজ ডেস্কঃ আজি জনতা ভৱনৰ বিভাগীয় কার্যালয়ত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (BTR)-ৰ পর্যটন ক্ষেত্রৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বি.টি.চি. প্রধান প্রমোদ বড়োৰ উপস্থিতিত পর্যটন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। আজিৰ বৈঠকত কেন্দ্রীয় প্রকল্পৰ শেহতীয়া স্থিতি, কাৰ্যকৰী হৈ থকা আঁচনিসমূহ, আতিথ্যৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন, ইক’ টুৰিজিমৰ প্রচাৰ আদিৰ বিষয়ে বিতং […]
Tag: BTR
Posted inঅসম