Posted inঅসম

আজি পবিত্ৰ দিন “বুদ্ধ পূৰ্ণিমা”!চলাপথাৰ বৌদ্ধ বিহাৰত ২৫৬৫ সংখ্যক ‘বুদ্ধ পূৰ্ণিমা’ পালন

সোণাৰিঃ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে আজি পবিত্ৰ দিন “বুদ্ধ পূৰ্ণিমা”। বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক বুদ্ধদেৱৰ জন্ম,জ্ঞানলাভ আৰু মহাপৰিনিৰ্বাণ এই তিনিওটা পৰিঘটনা ব’হাগৰ পূৰ্ণিমাৰ দিনটোতেই হৈছিল বাবেই এই দিনটোক পবিত্ৰ বুদ্ধ পূৰ্ণিমা তিথি হিচাপে পালন কৰা হয়। সমগ্ৰ পৃথিৱীৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এই দিনটোতে বৌদ্ধ বিহাৰত বিশ্ব শান্তিৰ বাবে বুদ্ধ পতাকা উত্তোলন কৰে। আৰু পঢ়কঃৰাজ্য প্ৰশাসনৰ শীৰ্ষ স্তৰত পুনৰ […]