Posted inNews

আজি বুদ্ধ পূৰ্ণিমা

নিউজ ডেস্ক- আজি হৈছে বুদ্ধ পূৰ্ণিমা। এই পূৰ্ণিমা ৪ মে’ৰ নিশা ১১ বাজি ৪৪ মিনিটত আৰম্ভ হৈছে আৰু ই ৫ মে’ৰ নিশা ১১ বাজি ৪ ছেকেণ্ডত সমাপ্ত হ’ব। এই দিনটোতে বুদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক বুদ্ধ দেৱৰ জন্ম হৈছিল। এই বুদ্ধ পূৰ্ণিমা বৌদ্ধসকলৰ আটাইতকৈ পৱিত্ৰ উৎসৱ। বৌদ্ধ ধৰ্মালম্বী লোকসকলৰ লগতে সিন্ধু ধৰ্মালম্বী লোকসকলেও এই উৎসৱ পালন কৰে। […]