Posted inNews

৩১ জনুৱাৰীৰ পৰা নতুন সংসদ ভৱনত অনুষ্ঠিত হ’ব বাজেট অধিৱেশন

নতুন সংসদ ভৱনত অনুষ্ঠিত হ’ব সংসদৰ বাজেট অধিৱেশন! ৩১ জানুৱাৰীৰ পৰা  অনুষ্ঠিত হ’ব বাজেট অধিৱেশন। অৱশ্যে এই বিষয়ে এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। জানিব পৰা মতে, ৩১ জনুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া বাজেট অধিৱেশন ৬ এপ্ৰিল পৰ্যন্ত চলিব। মাজত কিছু দিনৰ বাবে স্থগিত থাকিব এই অধিৱেশন। সংসদৰ কেন্দ্ৰীয় হলত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত […]