Posted inঅসম

চিৰাঙত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ! চুপাৰীখিনিৰ মূল্য প্ৰায় ১০কোটি

চিৰাংঃ চিৰাঙত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ। শুকুৰবাৰে নিশা চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে অবৈধ ‘বাৰ্মিজ চুপাৰি’ৰ চাৰিটা গুদাম জব্দ কৰে।  জব্দ কৰা বাৰ্মিজ চুপাৰিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১০ কোটি টকা বুলি চিৰাং আৰক্ষীয়ে জনাইছে। আৰু পঢ়কঃঅৰুণাচলত ১০ লাখ টকাৰ নিচাযুক্ত হেৰ’ইন জব্দ; মহিলাসহ অসমৰ ৫জন ব্যক্তিক গ্ৰেপ্তাৰ চিৰাং জিলাৰ আৰক্ষী অধীক্ষক, […]