নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল সেনা জোৱানৰ বাছ। ঘটনাটো মঙলবাৰে পুৱা সংঘটিত হৈছিল। বাছখনত আছিল ৩৯ গৰাকী নিৰাপত্তাৰক্ষী। তেওঁলোকৰ ভিতৰত ৩৭ জন হৈছে আইটিবিপি জোৱান আৰু বাকী দুজন জম্মু-কাশ্মীৰ আৰক্ষীত কৰ্মৰত। জম্মু-কাশ্মীৰৰ পহেলগামৰ ফ্ৰিছলানত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন ৰাস্তাৰ কাষৰ এখন নদীত বাগৰি পৰে। প্ৰাথমিক তথ্য অনুসৰি, ব্ৰেক ফেইল হোৱাৰ ফলতে দুৰ্ঘটনাটো […]
Tag: Bus Accident
Posted inঅসম