Posted inঅসম

১ছেপ্টেম্বৰৰ পৰা বাছ চলিলে ৰাজ্য়ত বাঢ়িব বাছ ভাড়া

তেজপুৰঃ ১ছেপ্টেম্বৰৰ পৰা বাছ চলিলে ৰাজ্য়ত বাঢ়িব বাছ ভাড়া। সদৌ অসম মটৰ পৰিবহণ সন্থাই ল’লে এই সিদ্ধান্ত। তেজপুৰত অনুষ্ঠিত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সাধাৰণ সভাত ৰাজ্যখন সকলো জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ছেপ্টেম্বৰৰ পৰা বাছৰ ভাড়া ৫০ শতাংশ বৃদ্ধি কৰা সিদ্ধান্ত লয়। লগতে পঢ়কঃআউনীআটী সত্ৰৰ জেষ্ঠ বৈষ্ণৱ, সত্ৰীয়া সংস্কৃতিৰ সাধক ভোলাৰাম বৰা গায়নৰ দেহাৱসান লগতে […]