নিউজ ডেস্ক : শীঘ্ৰে অসম আৰু বাংলাদেশৰ মাজত বাছ আৰু ৰে’ল সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। বৰাক উপত্যকা আৰু বাংলাদেশৰ সিলেট জিলাৰ মাজৰ এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সেউজ সংকেটৰ বাবে অপেক্ষা কৰি আছে অসম চৰকাৰে। উল্লেখযোগ্য যে শিলচৰ আৰু বাংলাদেশৰ সিলেট জিলাৰ মাজৰ দূৰত্ব মাত্ৰ ১১১ কিলোমিটাৰ। দুয়োটা স্থানৰ […]