Posted inক্ৰীড়া

কাইলৈ লাভলীনা বনাম বুছেনাজ চুৰমেনেলি

টকিঅ’ অলিম্পিকত কাইলৈ লাভলীনাৰ মেছ । ছেমিফাইনেল পৰ্যায়ৰ মেছ যি কোনো ফলাফল আহিব পাৰে । প্ৰতিপক্ষৰ কঠিন প্ৰত্যাহ্বান নেওচি লাভলীনাই স্বৰ্ণ পদকৰ যুঁজলৈ আগবাঢ়িব পাৰিবনে এই সময়ত এটা ডাঙৰ প্ৰশ্ন । কিমান কঠিন হ’ব লাভলীনাৰ বাবে ছেমিফাইনেলৰ যুজঁ । কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ কঠিন প্ৰত্যাহ্বান নেওচি অসম কন্যা লাভলীনাই ছেমি ফাইনেলত প্ৰৱেশ কৰি এক স্বৰ্ণিল […]