Posted inঅসম

প্ৰথম শ্ৰেণীৰ স্নাতক সোনমনিৰ পদপথত জীৱন যুঁজৰ সংগ্ৰামৰ কাহিনী

গুৱাহাটী : শ্ৰমৰ নাথাকে কোনো সৰু ডাঙৰ। নলবাৰীৰ এজন উচ্চ শিক্ষিত যুৱকৰ কৰ্মই এই কথাষাৰ প্ৰমাণ কৰাৰ লগতে বহু নিবনুৱা যুৱক-যুৱতীক কৰ্মৰ প্ৰতি অনুপ্ৰেৰণা যোগাব পাৰে। যিসময়ত এটা চাকৰিৰ আশাত বহু যুৱক যুৱতীয়ে আৱেদন, পৰীক্ষা আদিৰ নামত বছৰৰ পিছত বছৰ পাৰ কৰি আহিছে, নলবাৰীৰ যুৱ ব্যৱসায়ী সোনমনি হালৈয়ে চাকৰি বিচাৰি সময় নষ্ট নকৰি পদপথৰ ব্যৱসায়ৰ […]