গুৱাহাটী: ক’ভিড মহামাৰীৰ সময়ছোৱাত চাহিদা বৃদ্ধি পাইছে এৰ’ মিকা টি’ৰ কেইটামান বিশেষ চাহৰ। ভূত জলকীয়া চাহ লগতে চজিনা গছৰ পাতৰ চাহ, বাঁহ গছৰ চাহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিছে কভিড মহামাৰীৰ সময়ছোৱাত। ৰঞ্জিত বৰুৱাৰ প্ৰচেষ্টত গঢ় লৈ উটা এৰ’ মিকা টি’ৰ বিভিন্ন প্ৰকাৰৰ চাহ এতিয়া দখল কৰিছে বিশ্বৰ কেইবাখনো দেশৰ চাহৰ বজাৰ। কিছু বছৰ পূৰ্বৰ ৰঞ্জিত […]