Posted inঅসম

অসম-মেঘালয় সীমান্তৰ ঘন জংঘলত উদ্ধাৰ মিৰ্জাৰ অপহৃত ব্যৱসায়ী

ছয়গাঁও– পলাশবাৰী আৰক্ষীৰ বৃহৎ সফলতা। অসম-মেঘালয় সীমান্তৰ ৰাজাপাৰা পাহাৰৰ পৰা ন দিনৰ মূৰত উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল মিৰ্জাৰ অপহৃত ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰক। ২১ ফেব্ৰুৱাৰীত চাৰিজনীয়া দুৰ্বৃত্তৰ এটি দলে মিৰ্জাৰ পৰা অপহৰণ কৰিছিল মুনিন্দ্ৰ তালুকদাৰক। পলাশবাৰী আৰক্ষীৰ প্ৰায় ২০ জনীয়া এটি দলে ৰাজাপাৰাৰ এক দুৰ্গম অঞ্চলত অভিযান চলাই নিশা ১ বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ব্যৱসায়ীজনক। […]