Posted inঅসম

মোৰ জীৱনকালতে এনে এটা দিন আহিব যে ১২৬ টা সমষ্টিতে বিজেপি জিকিব : মুখ্য মন্ত্ৰী

গুৱাহাটী : ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত উপ নিৰ্বাচনৰ ফলাফলত বিজেপি মিত্ৰ গোষ্টিয়ে আটাই কেইখন আসনতে অভিলেখ সংখ্যক ভোটত জয়লাভ কৰে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মুখ্য মন্ত্ৰীয়ে এই বিজয়ৰ বাবে বিজেপিৰ কাৰ্য্যকৰ্তা সকলকক বিশেষভাৱে ধন্যবাদ জনাই তেওঁলোকৰ আত্মোৎৰ্গাৰ বাবে এই বিজয় […]