নিউজ ডেস্ক: ইডি য়ে আজি BYJU’s ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া বাইজু ৰবিন্দ্ৰনৰ বেংগালুৰুস্থিত বাসগৃহ আৰু কাৰ্যালয়ত তালাচী অভিযান চলাই। জানিব পৰা অনুসৰি, ইডিয়ে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা (FEMA) আইনৰ ব্যৱস্থাৰ অধীনত এই তালাচী অভিযান চলাই। বাইজু ৰবিন্দ্ৰনৰ কোম্পানী থিংক এণ্ড লাৰ্ণ প্ৰাইভেট লিমিটেডৰ চৌহদত অভিযান চলোৱা হয়। সংস্থাটোৰ বিষয়াসকলে তালাচীৰ সময়ত আপত্তিজনক নথিপত্ৰ আৰু […]