Posted inউত্তৰ-পূৱ

‘কা’ বাতিলৰ দাবীত উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ বিক্ষোভ প্ৰতিবাদ

গুৱাহাটীঃ উত্তৰ-পূব ছাত্ৰ সংগঠনৰ উদ্যোগত সমগ্ৰ উত্তৰ-পূবত আজিৰে পৰা আৰম্ভ ‘কা’ বিৰোধী আন্দোলন আৰম্ভ হয়।গুৱাহাটী মহানগৰীত আছুৰ কাৰ্যালয়টো ‘কা’ৰ বিৰুদ্ধে আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত কেইবা শতাধিক আছু কর্মীয়ে উত্তাল কৰি তোলে পৰিৱেশ। ‘কা’ আমি নামানো, ‘কা’ বাতিল কৰক, বিজেপি চৰকাৰ মূর্দাবাদ আদি শ্ল’গানেৰে উত্তাল হৈ পৰে আকাশ-বতাহ। আৰক্ষীয়ে […]