Posted inঅসম

NIA আদালতত হাজিৰ বিধায়ক অখিল গগৈ

নিউজ ডেস্কঃ কা আন্দোলনৰ সময়ত অখিল গগৈৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ সন্দৰ্ভত আজি পুনৰ নিয়া আদালত হাজিৰ হ’ল শিৱসাগৰৰ বিধায়ক গৰাকী। অখিল গগৈ সৈতে বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ আৰু মানস কোঁৱৰকো আদালত হাজিৰ হোৱা দেখা গ’ল। গোচৰটোৰ ক্ষেত্ৰত ইতিমধ্যে সাময়িকভাৱে উচ্চতম ন্যায়ালয়ে অখিল গগৈক সকাহ প্ৰদান কৰিছে। যাৰ বাবে নিয়া আদালতত গোচৰৰ শুনানি হ’লেও গ্ৰেপ্তাৰ কৰিব […]