Posted inঅসম

এটা বছৰৰ কাৰাবাসৰ অন্তত মুকলি আকাশৰ তললৈ অসমৰ দেৱাংগনা কলিতা; দিল্লী উচ্চ ন্যায়ালয়ৰ জামিন মঞ্জুৰ

নিউজ ডেস্ক : বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ (UAPA) অধীনত কাৰাবন্দী হৈ থকা অসমৰ ছাত্ৰী দেৱাংগনা কলিতা অৱশেষত আকাশৰ তললৈ আহিব। মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে দেৱাংগনাসহ তিনি গৰাকী ছাত্ৰ কৰ্মীৰ জামিন মঞ্জুৰ কৰে। বৰ্তমান তিহাৰ জে’লত বন্দী হৈ থকা দেৱাংগনা কলিতা, নতাশা নৰৱাল আৰু আচিফ ইকবাল তনহাক ‘কা’ বিৰোধী আন্দোলনৰ সময়ত হোৱা দিল্লী ৰায়টৰ গোচৰত গ্ৰেপ্তাৰ […]