Posted inNews

১ জুলাইৰ পৰা প্ৰযোজ্য নহ’ব কাগজৰ দলিল

নিউজ ডেস্ক: চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ৰাজ্যত নন-জোডিচিয়েল ষ্টাম্পৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব । আইনী কাম-কাজ সম্পাদন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হৈ থকা কাগজৰ দলিল এতিয়াৰে পৰা ব্যৱহাৰ কৰিব পৰা নাযাব। যোৱা ১৫ জুনত ৰাজ্যিক কেবিনেটে এই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছত শেহতীয়াকৈ জাৰি কৰা হৈছে ৰাজপত্ৰিত অধিসূচনা। এই অধিসূচনা অনুসৰি আইনী কাম-কাজ অথবা […]