Posted inঅসম

ডিব্ৰুগড়ত নিৰ্মাণ হ’ব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়

নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় জিলাত সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় যায়। কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰে যে, ডিব্ৰুগড়ত ৰাজ্যখনৰ দ্বিতীয়টো মুখ্যমন্ত্ৰী কাৰ্যালয় নিৰ্মাণৰ হোৱাৰ লগতে তেজপুৰত নতুনকৈ ৰাজভৱন স্থাপন কৰা হ’ব।  যিহেতু বৰ্তমান এক্সচেঞ্জ […]