Posted inNews

বছৰি ৪ লাখ টকা উপাৰ্জন কৰা পৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড

নিউজ ডেস্ক- কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্তত অনুমোদন জনোৱা হয়। খাদ্য সুৰক্ষা আইনৰ অধীনত ৪০ লাখ হিতাধিকাৰীক নতুনকৈ অন্তভুক্ত কৰা হ’ব। উক্ত আইনৰ অধীনত হিতাধিকাৰীৰ বাৰ্ষিক আয়ৰ পৰিমাণো বৃদ্ধি কৰা হৈছে। নতুনকৈ ৪০ লাখ হিতাধিকাৰী জুলাই মাহৰ শেষ সপ্তাহৰ পৰা অন্তৰ্ভুক্ত হ’ব। […]