উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি বিধানসভাৰ মজিয়াত সদৰী কৰি কয় যে, বিধানসভাত উদ্যোগ, বাণিজ্য বিভাগৰ তথ্য অনুসৰি নগাঁও আৰু কাছাৰ কাগজ কলৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় ১৪00.00 কোটি টকা। কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ লিখিত প্রশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে নগাঁও কাগজ কলৰ স্থাৱৰ আৰু অস্থাবৰ সম্পত্তিৰ মূল্য হ’ল […]