Posted inঅসম

চিকিৎসাৰ অভাৱত পুনৰ মৃত্যুক সাবটিলে কাগজ কলৰ দুজনকৈ কৰ্মচাৰীয়ে

নিউজ ডেস্ক : চিকিৎসাৰ অভাৱত পুনৰ বন্ধ হৈ পৰা নগাঁও আৰু কাচাৰ কাগজ কলৰ দুজনকৈ কৰ্মচাৰীয়ে মৃত্যুক সাবটিব লগীয়া হয়। দুয়োজনৰ ঘৰ মৰিগাঁও জিলাত। ইয়াৰে সৈতে মৃত্যু হোৱা কৰ্মচাৰীৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পোৱা বুলি বৃহস্পতিবাৰে Joint Action Committee of Recognised Unions –ৰ সভাপতি মানবেন্দ্ৰ চক্ৰবৰ্তীয়ে জানিবলৈ দিয়ে। তেওঁ জনোৱা মতে, বুধবাৰে ডায়েবেটিছত ভুগি থকা […]