Posted inঅসম

মোবাইলত গেম খেলাৰ বাবে ১৩ বছৰীয়া শিশুক হত্যা

নিউজ ডেস্কঃ কাছাৰৰ বৰখলা বিধানসভা সমষ্টিৰ জাৰইলতলায়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মোবাইলত গেম খেলি থকাৰ বাবে পান্না নাথ নামৰ ১৩ বছৰীয়া শিশুক কৰে হত্যা। পান্না নাথৰ পিতৃ মাতৃয়ে জনোৱা অনুসৰি, কিশোৰ পান্নায়ে প্ৰতিবেশীৰ ঘৰত মোবাইলত গেম খেলি আছিল। মোবাইলত গেম খোলি থকা দেখি দীপক নাথ নামৰ লোকজনে পান্নাক বাধা দিয়ে। দীপক নাথে পান্নাক বাধা […]