গুৱাহাটী : বৰ্ণাঢ্য কাৰ্যসূচীৰে সুন্দৰবড়ীস্থিত নতুন কেমব্ৰিজ পাব্লিক স্কুলৰ কেম্পাছটো উদ্বোধন কৰা হয়। কেমব্ৰিজ পাব্লিক স্কুলৰ নতুন কেম্পাছটো গুৱাহাটীৰ সাংসদ কুইন ওজাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্বোধন কৰে। উক্ত অনুষ্ঠানত চিবিএছই’ৰ আঞ্চলিক সঞ্চালক কে কে চৌধুৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেমব্ৰিজ পাব্লিক স্কুলৰ পৰিচালনা সঞ্চালক হেমন্ত দাস, কমলা দাস আৰু অধ্যক্ষ ৰত্ন […]