Posted inNews

ভয়ংকৰ ঘটনা: পোহনীয়া উটে হত্যা কৰিলে নিজৰ গৰাকীক

সোমবাৰে ৰাজস্থানৰ বিকানেৰ জিলাৰ পঞ্চুৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। কেতিয়াবা ঘৰুৱা জন্তুবোৰো হিংসাত্মক হৈ পৰে আৰু সেই জন্তুবোৰে নিজৰ মালিকক অপকাৰ কৰাও দেখিবলৈ পোৱা যায়। প্ৰাপ্ত বাতৰি অনুসৰি,  এটা পোহনীয়া উটে প্ৰথমে তাৰ মালিকক দাঁতেৰে কামুৰিছিল আৰু তেওঁক তললৈ পেলাই দি তাৰ পিছত ভৰিৰে গছকিছিল। তাৰ পিছত উটটোৱে আঘাতপ্ৰাপ্ত গৰাকীৰ ওপৰত বহি দিছিল। ফলত […]