Posted inদেশ-বিদেশ

কানাডাত সংঘটিত এক পথ দুৰ্ঘটনাত ৫জন ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু,আহত ২

নিউজ ডেস্কঃ কানাডাৰ অণ্টাৰিঅ’ত সংঘটিত এক পথ দুৰ্ঘটনাত পাঁচজন ভাৰতীয় ছাত্ৰৰ মৃত্যু হৈছে। এখন ভান আৰু ট্ৰেক্টৰ ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাটোত নিহত হৈছে হৰপ্ৰীত সিং, যশপ্ৰিন্দৰ সিং, কৰণপাল সিং, মোহিত চৌহান, পৱন কুমাৰ নামৰ ভাৰতীয় ছাত্ৰকেইজন। মৃত ছাত্ৰকেইজনৰ বয়স ২১-২৪বছৰৰ ভিতৰত। এই দুৰ্ঘটনাটো দক্ষিণ অণ্টাৰিঅ’ৰ কুইণ্টে চহৰৰ ৪০১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত […]