Posted inমুখ্যপৃষ্ঠা

ব্ৰকলিয়ে কিদৰে কৰ্কট ৰোগ হ্ৰাস কৰে জানো আহক

বৰ্তমান সময়ত কৰ্কট ৰোগ দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে। কৰ্কট ৰোগ হৈছে অস্বাভাৱিক কোষৰ দ্ৰুত বৃদ্ধি আৰু ই প্ৰায়ে অক্সিডেটিভ চাপৰ সৈতে জড়িত। ব্ৰকলিত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিবোৰে কেন্সাৰৰ পৰা ব্যক্তিক ৰক্ষা কৰে। জানিব পৰা মতে, ব্ৰকলিয়ে হাওঁফাওঁ, কলৰেক্টাল, স্তন, পেনক্ৰিয়াটিক, পেটৰ কেন্সাৰকে ধৰি বহু কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ব্ৰকলিয়ে আইছ’থাইঅ’চাইনেটে অক্সিডেটিভ […]