নিউজ ডেস্ক: অহা ২২ মে’ত বিশ্বজীত বৰা পৰিচালিত ‘বুম্বা ৰাইড’ ছবিখনে বিখ্যাত কাঁ চলচ্চিত্ৰ মহোৎসৱত আনুষ্ঠানিক প্ৰদৰ্শনিৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰটোৱে অসমৰ চলচ্চিত্ৰ প্ৰেমীসকলক যথেষ্ট উৎফুল্লিত কৰি তুলিছিল। কিন্তু এই আনন্দ বেছি দিনৰ বাবে স্থায়ী হৈ নাথাকিল। দেওবাৰে ছবিখনৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনে ফে’চবুকত অতনু ভুঞাৰ এটা টুইট শ্বেয়াৰ কৰি ‘ভাৰত চৰকাৰৰ সহযোগত’ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা নিমন্ত্ৰণ লাভ […]