Posted inঅসম

খুমটাইত কাৰ্গিল শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ ২৩ সংখ্যক মৃত্যু দিৱস

কমাৰগাঁও, চন্দন বৰা: কাৰ্গিল যুদ্ধত দেশৰ হৈ যুঁজি শ্বহীদ হোৱা কেপ্টেইন জিন্টু গগৈৰ ২৩ সংখ্যক মৃত্যু দিৱস আজি খুমটাই স্থানীয় জাচিংফা লেখিকা সমাৰোহ সমিতি আৰু পৰিয়াললোকে পালন কৰে। গোলাঘাট জিলাৰ খুমটাইস্থিত শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত পুৱা মাতৃ দুলুপ্ৰভা গগৈয়ে পুত্ৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে বীৰ পুত্ৰক স্মৰণ কৰে । ইয়াৰ পাছতেই কেপ্টেইন গগৈৰ পিতৃ তথা […]