Posted inশিক্ষা

বোকাখাতৰ Best Academyত ব্ৰীজ ক’ৰ্চ ও বিনামূলীয়া কেৰিয়াৰ কাউঞ্চেলিঙৰ কৰ্মশালা

বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতৰ আগশাৰীৰ অন্যতম শিক্ষানুষ্ঠান Best Academy ৰ  উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আগবঢ়োৱা হৈছে ব্ৰীজ ক’ৰ্চ ও বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিঙৰ বিশেষ ব্যৱস্থা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্র-ছাত্ৰী সকলে বিভিন্ন সময়ত উচ্চ শিক্ষাৰ ক্ষেত্ৰত উপযোগী শিক্ষা বিষয় নিৰ্বাচনত সততে বিভ্ৰান্ত তথা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱালৈ লক্ষ্য ৰাখি তথা অনাগত শৈক্ষিক […]