Posted inNews

নিৰ্দোষী কনিষ্টবলক শাৰীৰিক নিৰ্যাতনৰ বাবে ৯জনকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

এগৰাকী নিৰ্দোষী কনিষ্টবলক প্ৰচণ্ড মাৰ-পিটৰ অভিযোগত ৯জনকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰৰ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অসম আৰক্ষীৰ ৯জন বিষয়া-কনিষ্টবলৰ বিৰুদ্ধে ৫ বছৰৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে কনিষ্টবল মনোজ উপাধ্যায়ৰ ২০১৭ চনত ফেচবুক একাউণ্ট হেক হৈছিল। এই সন্দৰ্ভত তেওঁ পল্টনবজাৰ থানাত গোচৰ ৰুজু কৰিছিল যদিও কোনো […]