Posted inমুখ্যপৃষ্ঠা

How to: অনলাইনযোগে Caste Certificateৰ বাবে কৰক আৱেদন

ৰাজৰ্ষি চহৰীয়া ইষ্টম’জ’ অসমৰ How to শিতানৰ জৰিয়তে আপোনালোকে ঘৰতে বহি লেপটপ বা মোবাইলৰ জৰিয়তে ৰেচন কাৰ্ডৰ বাবে আৱেদন কৰিব পাৰিব সেই বিষয়ে জনাম।  ৰেচন কাৰ্ডৰ বাবে অনলাইন আৱেদন কৰিবলৈ প্ৰথমে আপোনালোকে এই লিংকটোত https://nfsa.gov.in/ ক্লিক কৰি ল’ব। ক্লিক কৰাৰ পাছতে আপোনালোকে যিখন স্ক্ৰীণ দেখিব আৰু স্ক্ৰীণখনৰ একেবাৰে সোঁফালে ওপৰত এটা Sign in/Register অপশ্যন পাব। […]