Posted inমুখ্যপৃষ্ঠা

বৰ্ণবাদৰ স্বাধীনতা! ঘুনুচা, দ্বিজমিত্ৰ আৰু মঙলদৈৰ অতুল শৰ্মা

ঘুনুচাৰ কথা মনত আছেনে? সেই যে যৌৱনতে বাৰী হোৱা মানুহজনী। নৈৰ পাৰত পুতেকৰ সৈতে থাকিবলগীয়া মানুহজনী! দ্বিজমিত্ৰৰ কথা মনত আছে নে? সেই যে ব্ৰাহ্মণ কন্যাক স্পৰ্শ কৰাৰ বাবেই গাওঁ ত্যাগ কৰিবলগীয়া হৈছিল। আপোনাৰ মনত নাই। ময়ো পুৰণি পুথি-পাজি খুলি পোৱা ঘটনা এয়া।