জামুগুৰিহাটঃ “আছে গৰু নেবাই হাল থকাতকৈ নথকাই ভাল” দৰে হৈ পৰিছে জামুগুৰিহাটৰ কুসুমটোলা আঞ্চলিক কৃত্ৰিম গো- প্ৰজনন কেন্দ্ৰটি ৷ ৭০ ৰ দশকতে বৃহত্তৰ জামুগুৰিহাটৰ কৃষক ৰাইজৰ স্থাৰ্থত কুসুমটোলাত স্থাপন কৰা এই আঞ্চলিক কৃত্ৰিম গো- প্ৰজনন কেন্দ্ৰটি এতিয়া অস্তিত্বহীন হৈ পৰিছে ৷ আৰু পঢ়কঃপঞ্চায়ত প্রতিনিধিক লৈ গঠন হ’ব শিক্ষা সম্পর্কত ভিজিলেন্স সমিতি এসময়ত উত্তৰ অসমৰ অন্যতম […]