কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ বিভিন্ন ঠাইত আজিও অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। মঙলবাৰে নিশা খুমটাইৰ সমীপৰ আধাৰসত্ৰত আৰক্ষীয়ে এখন ব’লেৰ পিক আপ বাহনৰ পৰা ১২ টা গৰু উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে, মঙলবাৰে নিশা গাঁওৰক্ষী বাহিনীয়ে পহৰা দি থকা অৱস্থাত এখন ব’লেৰ পিক আপ বাহন ৰখাবলৈ দিয়াত গাড়ীখনত ১২ টা গৰু প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ […]