Posted inঅসম

মুখ্যমন্ত্ৰীৰ পুত্ৰক আটক কৰিছে চিবিআইয়ে

বেংকৰ ঋণ কেলেংকাৰীত অভিযুক্ত প্ৰাক্তণ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ । চিবিআইয়ে আটক কৰিছে অশোক শইকীয়াক। এছকাৰ্ড বেংকৰ ঋণ কেলেংকাৰীৰ গোচৰত আটক কৰিছে শইকীয়াক। এই সন্দৰ্ভত ২০২/৯৮ নম্বৰত পল্টন বজাৰ থানাত এক ৰুজু হৈছিল গোচৰ। এই গোচৰৰ তদন্তৰ দায়িত্ব ২০০১ত চিবিআই লৈ হস্তান্তৰ কৰা হৈছিল। চিবিআই ৰ কলকাতা শাখাত ৫/ই/২০০১ আৰু ৬/ই/২০০১ নম্বৰত গোচৰ ৰুজু হৈছিল।২০১৩চনত […]